Posts

Showing posts with the label Lesson 2 মনিয়াৰ

Class 12 MIL Assamese :- Lesson: 2 , মগনিয়াৰ Questions and Answers

 প্ৰশ্ন:- মগনিয়াৰ শিৰ্ষৰ কথা-কবিতাটিৰ সাৰাংশ লিখা ।  উত্তৰ:- এদিন কবিয়ে বাটেদি গৈ থাকতে বুঢ়া হাড়-ছাল ওলোৱা বেমাৰী মগনিয়াৰ এজন কবিৰ ওচৰত থিয়ো হয় । মগনিয়াৰ ওঁঠ শেঁতা ,চকু দুটা ৰঙা আৰু গাত ফটা কাপোৰ আছিল। সি অপৰিস্কাৰ হাত খন মেলি কবিক সহায় খুজিলে । কবিৰ লগত মগনিয়াৰক দিবলৈ একো নাছিল , আনকি এখন ৰুমালো নাছিল সেইবাবে মগনিয়াৰজনৰ হাত দুখনত সাৱটি ধৰি তেওঁৰ লগত যে দিবলৈ একোৱেই নাই তাকে কৈ ক্ষমা বিচাৰিলে। মগনিয়াৰ জনে আচৰিত হৈ কবিৰ ফালে চাই হাঁহি কবিৰ হাত দুখনত ধৰি কষ্টৰে তেওঁৰ পৰা পোৱা আন্তৰিকতাই এক দান বুলি কৈ ধন্যবাদ জনালে । মগনিয়াৰৰ আন্তৰিক ধন্যবাদৰ পাত্ৰ হৈ কবিওঁ যেন কিবা এটা দান পোৱা যেন অনুভৱ কৰিলে ।  প্ৰশ্ন:- যতীন্দ্র নাথ দুৱৰাক কি কবি বুলি কোৱা হয় ?  উ:-বনফুলৰ কবি । প্ৰশ্ন:-‘ওমৰ তীর্থ' পুথিখনি কোনখন পুথিৰ ভাৱানুবাদ ? উ:-উফাৰ্চী‘ ৰুবায়ত ’ পুথিৰ ভাবানুবাদ । ৪/ উখহা শব্দৰ অৰ্থ কি?  উ:- ওফন্দি বা ফুলি উঠা । ৫/ কবি যতীন্দ্র নাথ দুৱৰাৰ জন্ম কিমান চনত হৈছিল ? উ:- ১৮৯২ চনত ।  ৬/ মগনিয়াৰ শব্দৰ অৰ্থ কি?  Ans:- ভিক্ষাৰী, মাগি খাওঁতা । ৭/ অসমীয়া সাহিত...

প্ৰশ্ন:- মগনিয়াৰ শিৰ্ষৰ কথা-কবিতাটিৰ সাৰাংশ লিখা ।

প্ৰশ্ন:- মগনিয়াৰ শিৰ্ষৰ কথা-কবিতাটিৰ সাৰাংশ লিখা ।  উত্তৰ:- এদিন কবিয়ে বাটেদি গৈ থাকতে বুঢ়া হাড়-ছাল ওলোৱা বেমাৰী মগনিয়াৰ এজন কবিৰ ওচৰত থিয়ো হয় । মগনিয়াৰ ওঁঠ শেঁতা ,চকু দুটা ৰঙা আৰু গাত ফটা কাপোৰ আছিল। সি অপৰিস্কাৰ হাত খন মেলি কবিক সহায় খুজিলে । কবিৰ লগত মগনিয়াৰক দিবলৈ একো নাছিল , আনকি এখন ৰুমালো নাছিল সেইবাবে মগনিয়াৰজনৰ হাত দুখনত সাৱটি ধৰি তেওঁৰ লগত যে দিবলৈ একোৱেই নাই তাকে কৈ ক্ষমা বিচাৰিলে। মগনিয়াৰ জনে আচৰিত হৈ কবিৰ ফালে চাই হাঁহি কবিৰ হাত দুখনত ধৰি কষ্টৰে তেওঁৰ পৰা পোৱা আন্তৰিকতাই এক দান বুলি কৈ ধন্যবাদ জনালে । মগনিয়াৰৰ আন্তৰিক ধন্যবাদৰ পাত্ৰ হৈ কবিওঁ যেন কিবা এটা দান পোৱা যেন অনুভৱ কৰিলে ।

ককাই, মোৰ ওপৰত খং নকৰিবা, মোৰ হাতত একোৱেই নাই ।ʼ কোনে কিয় কৈছিল?

 ১/ 'ককাই, মোৰ ওপৰত খং নকৰিবা, মোৰ হাতত একোৱেই নাই ।ʼ কোনে কিয় কৈছিল? উ:- এদিন মগনিয়াৰ এজনে কবিৰ পৰা সহায় খুজিলে ।কবিয়ে মগনিয়া‌ জনক সহাই কৰিবলৈ কবিৰ লগত একো নাছিল । কবিয়ে মগনিয়াৰৰ দুহাতত সাবটি একো দিব নোৱাৰাৰ বাবে ক্ষমা খুজিবলৈ এই প্ৰসংগ কৰিছিল । 

মগনিয়াৰজনে কবিৰ পৰা কি দান পোৱাৰ কথা কৈছিল ?

 ১। মগনিয়াৰজনে কবিৰ পৰা কি দান পোৱাৰ কথা কৈছিল ? উ:-এদিন মগনিয়াৰ এজনে কবিৰ পৰা সহায় খুজিলে ।কবিয়ে মগনিয়া‌ জনক সহাই কৰিব নোৱাৰি মগনিয়াৰৰ হাত দুখন সাবটি ধৰি ক্ষমা খুজিলে । মগনিয়াৰে ওলোটাই কবিৰ দুয়ো হাতত ধৰি তেওঁৰ পৰা পোৱা আন্তৰিকতাৰে বিশেষ দান বুলি ক'লে ।

ওমৰ খায়াম কোন ? তেওঁ ৰচনা কৰা পুথি এখনৰ নাম লিখা ।

Q:-  ওমৰ খায়াম কোন ? তেওঁ ৰচনা কৰা পুথি এখনৰ নাম লিখা । Ans :- ওমৰ খায়াম এজন ফার্চী ছুফী কবি । তেওঁ ৰচনা কৰা পুথি এখনৰ নাম হ'ল ৰুবায়ত ।  

কথা - কবিতা বুলিলে কি বুজা ? ইয়াৰ দুটা বৈশিষ্ট্য লিখা ।

 ১/ কথা - কবিতা বুলিলে কি বুজা ? ইয়াৰ দুটা বৈশিষ্ট্য লিখা ।  উ:- কথা - কবিতা এবিধ কবিতাই , ই ব্যঞ্জনাময়ী গদ্যত ৰচিত ।  কথা - কবিতা হৈছে গদ্যত লিখা একপ্ৰকাৰৰ কবিতা ।  ইয়াৰ ( ক) কথা - কবিতাত ৰূপক সমাবেশ থাকে আৰু ই প্ৰায়েই ৰূপকাকি ।  ( খ ) কথা - কবিতা চিত্রধর্মিতাৰ ওপৰত প্রতিষ্ঠিত ।

যতীন্দ্র নাথ দুৱৰাই কোনখন কাব্যগ্রন্থৰ বাবে সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল ?

 ১/ যতীন্দ্র নাথ দুৱৰাই কোনখন কাব্যগ্রন্থৰ বাবে সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল ? উঃ বনফুল 

যতীন্দ্র নাথ দুৱৰাক কি কবি বুলি কোৱা হয় ?

 :- যতীন্দ্র নাথ দুৱৰাক কি কবি বুলি কোৱা হয় ?  উ:-বনফুলৰ কবি ।  

ওমৰ তীর্থ ' পুথিখনি কোনখন পুথিৰ ভাৱানুবাদ ?

১/ ‘ ওমৰ তীর্থ ' পুথিখনি কোনখন পুথিৰ ভাৱানুবাদ ?  উ:- ফাৰ্চী‘ ৰুবায়ত ’ পুথিৰ ভাবানুবাদ ।  

কবি যতীন্দ্র নাথ দুৱৰাৰ জন্ম কিমান চনত হৈছিল ?

১। কবি যতীন্দ্র নাথ দুৱৰাৰ জন্ম কিমান চনত হৈছিল ? উ:-  ১৮৯২ চনত । 

শেতা শব্দৰ অৰ্থ কি?

 ১/ শেতা শব্দৰ অৰ্থ কি? উ:- ঢেলা , তেজ নথকাৰ হেতু বগা ।

উৰ্মাৰ শব্দৰ অৰ্থ কি?

 ১/ উৰ্মাৰ শব্দৰ অৰ্থ কি? উ:- ৰুমাল ।

উখহা শব্দৰ অৰ্থ কি?

 ১/ উখহা শব্দৰ অৰ্থ কি?  উ:- ওফন্দি বা ফুলি উঠা ।

মগনিয়াৰ শব্দৰ অৰ্থ কি?

১/ মগনিয়াৰ শব্দৰ অৰ্থ কি?  Ans:- ভিক্ষাৰী, মাগি খাওঁতা ।

অসমীয়া সাহিত্যত প্রথম কথা - কবিতা ৰচনা কৰা কবিগৰাকী কোন ?

 ১। অসমীয়া সাহিত্যত প্রথম কথা - কবিতা ৰচনা কৰা কবিগৰাকী কোন ?  Ans:- যতীন্দ্র নাথ দুৱৰা ।