Assam GK
প্রাচীন অসমৰ প্ৰথম ৰজাৰূপে কাক জনা যায়? (Who is known as the
first king of ancient Assam?)
(ক) মহীৰংগ দানৱ (Mahiranga Danab)
(খ) হটকাসুৰ (Hatakasur)
গ) ৰত্নাসুৰ (Ratnakar)
(ঘ) নৰকাসুৰ (Narakasur)
উত্তৰঃ (ক)
অসম বিধানসভাৰ প্ৰথমখন অধিবেশন অনুষ্ঠিত হৈছিল কেতিয়া? (When was the first session of the Assam Legislative Assembly held?)
(ক) ৭ এপ্রিল, ১৯৩৭ (7 April, 1937)
(খ) ৭ মার্চ, ১৯৩৬ (7 March, 1936)
(গ) ১৫ আগষ্ট, ১৯৪৭ (15 August, 1947)
(ঘ) ২৬ জানুৱাৰী, ১৯৫০ (26 January, 1950)
উত্তৰঃ (ক)
ব্যাখ্যা: অসম বিধানসভাৰ প্রথমখন অধিবেশন অনুষ্ঠিত হয় দ্বিলঙত। প্রথম বিধানসভার অধ্যক্ষ আক উপাধ্যক্ষ আছিল ক্রমে বসন্ত কুমার দাস আক মহম্মদ আমিরুদ্দিন।
উত্তৰঃ (ক)
নন অনুষ্ঠিত হয়। বাক্তিগঃ
হাৰ কৰা হয়। এই গুদম
প্রবস্ত কৰা হয় ১৯৭৪ চন
নতাৰ দ্বাৰা নির্বাচিত অথ
মুখ্যমন্ত্রী শরৎ চন্দ্র সিংহা
প্রনব যাব মুকলি করা হয়।
ডবন। ২০১৭ চনৰ ২।
প নামকৰণ কৰে।
)
e there in Assam?
উত্তৰঃ (খ)
বুদ্ধ পূর্ণিমা কেতিয়া পালন কৰা হয়? (When is Buddha Purnima cel- ebrated?)
(ক) ফাগুন মাহৰ পূর্ণিমাত (On the full moon of the month of Phalguna)
(খ) জেঠ মাহৰ পূৰ্ণিমাত (On the full moon of the month of Jyeshtha)
(গ) চ'ত মাহৰ পূর্ণিমাত (On the full moon of the month of Caitra)
(ঘ) ব'হাগ মাহৰ পূর্ণিমাত (On the full moon of the month of Vaisakha)
উত্তৰঃ (ঘ)
• অসমৰ বিহু উৎসব কেইটা? (How many Bihu festivals are there in
Assam?)
(ক) দুটা (Two)
গ) এটা (One)
(খ) তিনিটা (Three)
(ঘ) চাৰিটা (Four)
উত্তৰঃ (খ)
• ব'হাগ বিহুৰ প্ৰথম দিনটোৰ নাম কি? (What is the name of the first day
of Bohag Bihu??)
(ক) গাৰু বিহু (Garu (Cow) Bihu)
(খ) মানুহ বিহু (Manuh (Human) Bihu)
(গ) চেৰা বিহু (Sera Bihu)
(ঘ) গোসাঁই বিহু (Gosain (Gods) Bihu)
উত্তৰঃ (ক)
অসমৰ কোনবিধ ধর্মীয় উৎসব আমতি নামেৰেও জনাজাত? (Which religious festival of Assam is also known as Amati?)
(ক) অশোকাষ্টমী (Ashokastami)
(খ) পচতী (Pochoti)
(গ) হুদুমদেওৰ পূজা (Hudumdeor Puja)
(ঘ) অম্বুবাচী (Ambubachi)
উত্তৰঃ (ঘ)
• হিমন্ত বিশ্ব শৰ্মা অসমৰ সংখ্যক মুখ্যমন্ত্রী (Himanta Biswa Sarma is the Chief Minister of Assam)
(ক) ১৬ সংখ্যক (16th)
(গ) ২০ সংখ্যক (20th)
(খ) ১৫ সংখ্যক (15th)
(ঘ) ১২ সংখ্যক (12th)
উত্তৰঃ (খ)
• অসমত লোকসভা সমষ্টি কেইটা? (How many Lok Sabha constituencies are there in Assam?)
(ক) ১৪ (14)
(গ) ২২ (22)
(খ) ১৮ (18)
(ঘ) ৭ (7)
উত্তর: (ক)
• অসমীয়া ভাষাই ৰাজ্যিক ভাষা হিচাপে কেতিয়া স্বীকৃতি লাভ কৰে? (When did the Assamese language get recognition as a state lan- guage?)
(ক) ১৯৬৩ (1963)
(গ) ১৯৬২ (1962)
(খ) ১৯৬১ (1961)
(ঘ) ১৯৬০ (1960)
• মণিকণেশ্বৰ পাহাৰৰ ওচৰৰ কানাই বৰশি বোৱা শিলালিপিৰ ভাষা (The language of the Kanai Barshi Bowa inscription near Manikarneshwar hill
উত্তৰঃ (খ)
(ক) সংস্কৃত (Sanskrit)
(গ) অসমীয়া (Assamese)
(খ) ফার্জি (Farshi)
(ঘ) টাই (Tai)
উত্তবঃ (গ)
(ক) বীতা চৌধুৰী (Rita Chowdhury)
(খ) নির্মলপ্রভা বৰদলৈ (Nirmalprabha Bordoloi)
(গ) মামণি ৰয়ছম গোস্বামী (Mamoni Roysom Goswami)
(ঘ) মাইনী মহন্ত (Maini Mahanta)
উত্তৰঃ (ক)
• স্বাধীনতাৰ পাছত অসমত প্ৰথম লোকপিয়ল কৰা হৈছিল কেতিয়া? (When was the first census conducted in Assam after independence?)
(ক) ১৯৫১ (1951)
(গ) ১৯৪৮ (1948)
(খ) ১৯৫৬ (1956)
(ঘ) ১৯৫০ (1950)
উত্তর: (ক)
কোন চনত অসমক বংগৰ পৰা পৃথক কৰি এজন চীফ কমিছনাৰৰ অধীনলৈঅনা হয়
(Assam was separated from Bengal and was put under a Chief Commissioner in the year _)
(ক) ১৮৭৪ (1874)
(গ) ১৮৯০ (1890)
(খ) ১৮৭১ (1871)
(ঘ) ১৯৩০ (1930)
Ans ; ১৮৭৪
ভাৰতৰ মুঠ মাটিকালিৰ কিমান অংশ অসমে আগুৰি আছে? (How much of the total land area of India is covered by Assam?)
(ক) ২.৩৯ শতাংশ (2:39%)
(খ) ৩.২৯ শতাংশ (3.29%)
(গ) ৪.২২ শতাংশ (4.22%)
(ঘ) ৩.৩৯ শতাংশ (3.39%)
উত্তর: (ক)
অসমৰ প্রধান শস্য কি? (What is the main crop of Assam?)
(ক) ঘেহু (Wheat)
(গ) ধান (Rice)
(খ) বজ্রা (Millet)
(ঘ) মাকৈ (Maize)
উত্তৰঃ (গ)
সমুদ্রপৃষ্ঠৰ পৰা অসমৰ উচ্চতা কিমান? (What is the average height of Assam from sea level?)
(ক) প্রায় ৯৯.৫ মিটাৰ (about 99.5 meter)
(খ) প্রায় ৮৯.৫ মিটাৰ (about 89.5 meter)
(গ) প্রায় ৭৯.৫ মিটাব (about 79.5 meter)
(ঘ) প্রায় ৫৯.৫ মিটাৰ (about 59.5 meter)
উত্তবঃ (গ)
আহোমৰ প্ৰথম বৰপাত্ৰগোহাঁই কোন? (Who was the first Barpatragohain of Ahom?)
(ক) ফ্রাচেংমুং বৰপাত্ৰগোহাঁই (Phrasengmung Barpatragohain)
(খ) লাকু বৰপাত্ৰগোহাঁই (Laku Borpatragohain)
(গ) কনচেং বৰ পাত্ৰগোহাঁই (Kon-Sheng Barpatragohain)
(ঘ) লাই বৰপাত্ৰগোহাঁই (Lai Borpatragohain)
উত্তৰঃ (গ)
কোচ বংশৰ প্রতিষ্ঠাতা কোন আছিল? (Which was the founder of Koch dynasty?)
(ক) নৰনাৰায়ণ (Naranarayan)
(খ) ৰঘুনাৰায়ণ (Raghu Narayan)
(গ) বিশ্ব সিংহ (Biswa Singha)
(ঘ) মহেন্দ্ৰ নাৰায়ণ (Mahendra Narayan)
Ans : গ) বিশ্ব সিংহ (Biswa Singha)
অসমৰ জনজাতিসমূহ ঘাইকৈ গোষ্ঠীৰ
(The tribes of Assam are mainly groups)
(ক) মংগোলীয় (Mongolian)
(গ) অস্ট্রিক (Austric)
(খ) ককেচীয় (Caucasian)
(ঘ) আর্থ (Aryan)
উত্তবঃ (ক)
• অসমৰ জনজাতিসমূহক ঘাইকৈ কেইটা ভাগত ভাগ কৰা হৈছে? (The tribes of Assam are broadly divided into how many categories?)
(ক) ৩ (Three)
(গ) ৪ (Four)
(খ) ৫ (Five)
(ঘ) ২ (Two)
উত্তবঃ (ঘ)
• অসমৰ কোনখন জিলাত জনজাতীয় জনসংখ্যাৰ হাৰ সৰ্বাধিক? (Which dis- trict of Assam has the highest rate of tribal population?)
(ক) কাৰ্বি আংলং (Karbi Anglong)
(খ) ডিমা হাছাও (Dima Hasao)
(গ) কোকৰাঝাৰ (Kokrajhar)
(ঘ) ধেমাজি (Dhemaji)
উত্তৰঃ (খ)
• পাজাল কোন জনগোষ্ঠীৰ জনপ্রিয় অংগবস্ত্র? (Pajal is a popular garment
of which tribe?)
(ক) মিচিং (Mising)
(খ) বড়ো (Boro)
(খ) বাভা (Rabha)
(ঘ) তিৱা (Tiwa)
উত্তৰঃ (খ)
• কোচ বজা বসুদেবৰ জীয়াৰী ৰাজকুমাৰী মঙলদৈক কোনজন আহোম বজালৈ বিয়া দিয়া হৈছিল? (Princess Mangaldol, the daughter of Koch king Raghudev was married to which Ahom king?)
(ক) জয়ধ্বজ সিংহ (Jayadhwaj Singha)
(খ) গদাধর সিংহ (Gadadhar Singha)
(গ) প্রতাপ সিংহ (Pratap Singha)
(ঘ) চুতামলা (Sutamla)
উত্তবঃ (গ)
• আহোমসকলে কোনটো পথেদি অসমত প্রবেশ কৰিছিল? (The Ahoms en-
tered Assam through which route?)
(ক) মোনে গিরিপথ (Moreh Pass)
(খ) পাটকাই গিৰিপথ (Patkai Pass)
(গ) ফুংগান গিৰিপথ (Phungan Pass)
(ঘ) ডিফু গিৰিপথ (Diphu Pass)
উত্তর: (খ)
• অসমত প্রথম শক্তিমেলা অনুষ্ঠিত হৈছিল কেতিয়া? (When was the first Shakti Mela held in Assam?).
(ক) ১৯৩৪ (1934)
(গ) ১৮৯৫ (1895)
(খ) ১৮৯৫ (1895)
(ঘ) ১৯৫০ (1950)
উত্তৰঃ (ক)
• অসমত প্রথম শক্তিমেলা ক'ত অনুষ্ঠিত হৈছিল? (Where was the first Shakti Mela held in Assam?)
(ক) ডিব্রুগড় (Dibrugarh)
(খ) গুৱাহাটী (Guwahati)
(গ) যোৰহাট (Jorhat)
(ঘ) ডিগবৈ (Digboi)
উত্তৰঃ (গ)
• অসমৰ সকলোতকৈ ওখ মন্দিৰটো হ'ল (The tallest existing temple in Assam is
(ক) মহামৃত্যুঞ্জয় মন্দিৰ (Maha Mrityunjay Temple) (খ) গুৱাহাটীৰ উমানন্দ (Umananda temple at Guwahati)
(গ) গুৱাহাটীৰ কামাখ্যা মন্দিব (Kamakhya Temple at Guwahati)
(ঘ) শিলঘাটৰ কামাখ্যা মন্দিৰ (Kamakhya temple at Silghat)
উত্তবঃ (ক)
• অসমৰ সৰ্ববৃহৎ শোধনাগাৰটো আছে Assam is) (The largest refinery in
(ক) ডিগবৈ (Digboi)
(খ) নুনমাটি (Noonmati)
(গ) নুমলীগড় (Numaligarh)
(ঘ) বঙাইগাঁও (Bongaigaon)
উত্তৰঃ (গ)
• পৃথিবীৰ ক্ষুদ্রতম নদী দ্বীপটো অসমতে আছে। ইয়াৰ নাম কি? (The smallest river island in the world is located in Assam. What is the name of it?)
(ক) মাজুলী (Majuli)
(গ) উমানন্দ (Umananda)
(খ) কবু চাপৰি (Kabu Chapari)
(ঘ) আলোপতি (Alopati)
উত্তৰঃ (গ)
• ২০২২ বৰ্ষৰ বাবে অসম চৰকাৰে প্ৰদান কৰা সম্মানীয় অসম বৈভব বঁটা কোনে লাভ কৰে? (Who has been conferred the prestigious Asom Baibhav Award, 2022 by govt of Assam?)
(ক) ৰতন টাটা (Ratan Tata)
(খ) ডাঃ তপন শইকীয়া (Dr Tapan Saikia)
(গ) মুকেশ আম্বানী (Mukesh Ambani)
(ঘ) গৌতম আদানী (Gautam Adani)
উত্তৰঃ (খ)
• তলৰ কোন গৰাকীয়ে ২০২২ চনৰ বাবে অর্জুন বঁটা লাভ কৰিছে? (Who among the following is the recipient of Arjuna Award for the year 20227)
(ক) ৰিয়ান পৰাগ (Riyan Parag)
(খ) অস্মিতা চলিহা (Asmita Chaliha)
(গ) নয়নমণি শইকীয়া (Nayanmoni Saikia)
(ঘ) অংকুশিতা বড়ো (Ankushita Bodo)
উত্তৰঃ (গ)
Comments
Post a Comment