কথা - কবিতা বুলিলে কি বুজা ? ইয়াৰ দুটা বৈশিষ্ট্য লিখা ।

 ১/ কথা - কবিতা বুলিলে কি বুজা ? ইয়াৰ দুটা বৈশিষ্ট্য লিখা । 

উ:- কথা - কবিতা এবিধ কবিতাই , ই ব্যঞ্জনাময়ী গদ্যত ৰচিত ।  কথা - কবিতা হৈছে গদ্যত লিখা একপ্ৰকাৰৰ কবিতা । 

ইয়াৰ ( ক) কথা - কবিতাত ৰূপক সমাবেশ থাকে আৰু ই প্ৰায়েই ৰূপকাকি । 

( খ ) কথা - কবিতা চিত্রধর্মিতাৰ ওপৰত প্রতিষ্ঠিত ।

Comments

Popular posts from this blog

মাধ্যমিক শিক্ষা কাক বোলে? এই শিক্ষা মানবজীবনৰ কোনটো স্তৰৰ লগত জড়িত?

পৰিসংখ্যা বিজ্ঞান মানে কিয় ?

Class 12 Education Answer প্ৰশ্ন:-শিক্ষা বৃত্তিমূখীকৰণ বুলিলে কি বুজা? নাইবা :-কোঠাৰী আয়োগৰ বৃত্তিমুখী শিক্ষা সন্দৰ্ভত কেনেধৰণৰ মতামত আগবৰাইছিল লিখা।