ককাই, মোৰ ওপৰত খং নকৰিবা, মোৰ হাতত একোৱেই নাই ।ʼ কোনে কিয় কৈছিল?
১/ 'ককাই, মোৰ ওপৰত খং নকৰিবা, মোৰ হাতত একোৱেই নাই ।ʼ কোনে কিয় কৈছিল?
উ:- এদিন মগনিয়াৰ এজনে কবিৰ পৰা সহায় খুজিলে ।কবিয়ে মগনিয়া জনক সহাই কৰিবলৈ কবিৰ লগত একো নাছিল । কবিয়ে মগনিয়াৰৰ দুহাতত সাবটি একো দিব নোৱাৰাৰ বাবে ক্ষমা খুজিবলৈ এই প্ৰসংগ কৰিছিল ।
Comments
Post a Comment