প্ৰশ্ন:- কাৰণৰ সংজ্ঞা লিখা । নাইব: মিলৰ কাৰণৰ সংজ্ঞা লিখা।
প্ৰশ্ন:- কাৰণৰ সংজ্ঞা লিখা । নাইব: মিলৰ কাৰণৰ সংজ্ঞা লিখা।
Ans:- মিলৰ প্ৰথম সংজা অনুযায়ী ঘটনা বা ঘটনাবলীৰ সংমিশ্ৰণৰ পিছত যদি কোনো ঘটনা এটা নিয়মভাবে আৰু চৰ্তহীনভাবে সংঘটিত হয় তেনেহ'লে পূৰ্ববৰ্তী ঘটনাক কাৰণ আৰু পৰবৰ্তী ঘটনাক কাৰ্য বোলে।
দ্বিতীয় সংজ্ঞা অনুযয়ী কাৰণ হ'ল সদৰ্থক আৰু নঞৰ্থক উপকাৰণৰ সমষ্টি।
Comments
Post a Comment