:- লক্ষ্মীনাথ বেজবৰুৱাৰ মতে বিদেশী নাটকৰ অসমীয়া অনুবাদ কেনে হোৱা উচিত ।
প্ৰশ্ন:- লক্ষ্মীনাথ বেজবৰুৱাৰ মতে বিদেশী নাটকৰ অসমীয়া অনুবাদ কেনে হোৱা উচিত । Ans:- লক্ষ্মীনাথ বেজবৰুৱাক ডিব্ৰুগড়ৰ ডেকা সকলৰ নাট্যচৰ্চাই বিশেষভাৱে আাকৰ্ষণ কৰিছিল। বেজবৰুবাই গুৰুত্ব দিছিল। কিন্তু অসমীয়া ভাষাত তেনে নাটকৰ সংখ্যা আছিল অতি কম। বিদেশী ভাষাৰ নাটক অসমীয়ালৈ ভাংনি কৰি মঞ্জস্থ কৰা কথাটো তেওঁ বৰ ভাল নাপালেও একেবাৰে অভিনয় নকৰাটোও সমৰ্থন কৰা নাছিল। বিদেশী নাটক পকৃত অসমীয়ালৈ অনূবাদ হলেহে অসমীয়া সাহিত্য সমৃব্ধ হব বুলি তেওঁ ভাবিছিল। তাকে নকৰি আধাকেছেলুৱা ভাষা সংস্কৃতিৰ প্ৰচলন হ'লে সি অসম তথা অসমীয়াৰ ক্ষতিহে কৰিব। এসময়ত কলিকতা নিবাসী কেইগৰাকীও অসমীয়া ছাত্ৰই লগহৈ শ্বেক্সপীয়েৰৰ Comedy of errors নাটকখন 'ভ্ৰমৰংগ ' নামৰ অসমীয়ালৈ অনবাদ কৰিছিল সৰ্ববাধাৰণক আকৃষ্ট কৰিব পৰা ধাৰণৰ বিদেশী নাট অসমীয়ালৈ ভাঙি তাক অসমীয়া সজ-পাৰ পিন্ধাই অসমীয়া ৰংগশালাত তুলি দিয়াত বেজবৰুবাই বিচাৰে।